(ক) প্রাণীবোৰৰ কেইবাখনো ঠেং থাকে, ভিন্ ভিন্ অংগবোৰত সন্ধিৰ দৰে জোৰা লগোৱা।
(খ) দেহটো কেইবাটাও খণ্ডত বিভক্ত।
(গ) দেহটোৰ চাৰিওফালে এটা চূণজাতীয় পদাৰ্থৰ দ্বাৰা আবৃত।
(ঘ) বিভিন্ন তন্ত্রবোৰ বিশেষভাৱে সুগঠিত।
(ঙ) দেহ দ্বি-পার্শ্ব, সমমিত, ত্রিকোষস্তৰিত।
(চ) দেহ গুহা আছে।