0 votes
88 views
in Science by (33.3k points)
সন্ধিপদী পৰ্বৰ যিকোনো ছয়টা চৰিত্ৰ লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
(ক) প্রাণীবোৰৰ কেইবাখনো ঠেং থাকে, ভিন্‌ ভিন্‌ অংগবোৰত সন্ধিৰ দৰে জোৰা লগোৱা।

(খ) দেহটো কেইবাটাও খণ্ডত বিভক্ত।

(গ) দেহটোৰ চাৰিওফালে এটা চূণজাতীয় পদাৰ্থৰ দ্বাৰা আবৃত।

(ঘ) বিভিন্ন তন্ত্রবোৰ বিশেষভাৱে সুগঠিত।

(ঙ) দেহ দ্বি-পার্শ্ব, সমমিত, ত্রিকোষস্তৰিত।

(চ) দেহ গুহা আছে।
...