0 votes
89 views
in Science by (33.3k points)
'পানী এক ধ্রুবীয় অণু।' এই উক্তিটোৰ ন্যায্যতা প্রতিপাদন কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
অক্সিজেনৰ বেছি ইলেকট্রোফিলিক প্রকৃতিৰ বাবে পানী এক ধ্রুবীয় অণু। পানীত জীৱৰ বাবে প্ৰয়োজনীয় আটাইবোৰ বস্তু দ্রবীভূত হৈ থাকে। পানীয়ে জীবদেহত বিভিন্ন ক্রিয়া সম্পাদন কৰে।
...