0 votes
96 views
in Science by (33.3k points)
কাৰণ দৰ্শোৱা-

বৈদ্যুতিক আহিলা জড়িত জুই নুমাবলৈ পানী ব্যৱহাৰ কৰা নহয়।

1 Answer

0 votes
by (268k points)
 
Best answer
বৈদ্যুতিক আহিলাত লগা জুইত পানী ঢালিলে, পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুই নুমোৱা কাৰ্যত নিয়োজিত মানুহৰ অপকাৰহে হ'ব পাৰে। সেয়ে এনে কাৰ্যত পানী ব্যৱহাৰ কৰা নহয়।
...