Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
কাৰণ দৰ্শোৱা: বৈদ্যুতিক আহিলা জড়িত জুই নুমাবলৈ পানী ব্যৱহাৰ কৰা নহয়।
0
votes
129
views
asked
Feb 18
in
Science
by
Priya
(
33.3k
points)
কাৰণ দৰ্শোৱা-
বৈদ্যুতিক আহিলা জড়িত জুই নুমাবলৈ পানী ব্যৱহাৰ কৰা নহয়।
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Feb 18
by
Haren
(
268k
points)
Best answer
বৈদ্যুতিক আহিলাত লগা জুইত পানী ঢালিলে, পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুই নুমোৱা কাৰ্যত নিয়োজিত মানুহৰ অপকাৰহে হ'ব পাৰে। সেয়ে এনে কাৰ্যত পানী ব্যৱহাৰ কৰা নহয়।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
106
views
আলিবাটৰ বৈদ্যুতিক তাঁৰবোৰ বছৰৰ কোন সময়ত তললৈ বেছি ওলমি থাকে? এনে হোৱাৰ কাৰণ কি?
asked
Apr 18
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
121
views
সৌৰ শক্তি কি কি কামত ব্যৱহাৰ কৰা হয় লিখা।
asked
Apr 23
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
116
views
মেলেৰীয়া ৰোগ নিবাৰণৰ বাবে ব্যৱহাৰ কৰা দুটা মাছৰ নাম লিখা।
asked
Apr 15
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
88
views
বতাহৰ আগজাননী দিবলৈ ব্যৱহাৰ কৰা উন্নত প্রযুক্তি কেইবিধৰ নাম লিখা।
asked
Apr 10
in
Science
by
Priya
(
33.3k
points)
0
votes
1
answer
81
views
বহু যুগ ধৰি নদ-নদী, সাগৰ আদিৰ পানী ব্যৱহাৰ কৰি থকাৰ ফলতো শুকাই যোৱা নাই কিয়?
asked
Apr 6
in
Science
by
Priya
(
33.3k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...