Login
Remember
Register
Poraxali.com
Questions
Unanswered
Users
Ask a Question
Ask a Question
"আর্কিঅ'পটেৰিক্স হৈছে সৰীসৃপ আৰু পক্ষীৰ মাজৰ যোগসূত্র।" কথাফাকি ন্যায্য বুলি প্রমাণ কৰা।
0
votes
99
views
asked
Jan 31
in
Biology
by
Priya
(
33.3k
points)
"আর্কিঅ'পটেৰিক্স হৈছে সৰীসৃপ আৰু পক্ষীৰ মাজৰ যোগসূত্র।" কথাফাকি ন্যায্য বুলি প্রমাণ কৰা।
Facebook
Twitter
Please
log in
or
register
to answer this question.
1
Answer
0
votes
answered
Jan 31
by
Haren
(
268k
points)
Best answer
আর্কিঅ'পটেৰিক্স হৈছে সৰীসৃপ আৰু পক্ষীৰ মাজৰ যোগসূত্র। কাৰণ ইহঁতৰ সৰীসৃপৰ দৰে দাঁত আৰু মুখমণ্ডল আৰু এডাল নেজ আছিল। আনহাতে ইহঁতৰ পক্ষীৰ দৰে পাখিবিশিষ্ট ডেউকা আছিল।
Please
log in
or
register
to add a comment.
Related questions
0
votes
1
answer
123
views
জীৱিত আৰু নিৰ্জীৰ পদার্থবিলাকৰ মাজৰ সাদৃশ্যসমূহ উল্লেখ কৰা।
asked
Jun 17
in
Biology
by
Priya
(
33.3k
points)
0
votes
1
answer
98
views
অপাৰিন আৰু হেলডেনে জীৱৰ উৎপত্তি সম্পর্কে কি দাবী কৰিছিল? কোনে আৰু কেতিয়া ইয়াক প্রমাণ কৰিছিল?
asked
Feb 2
in
Biology
by
Priya
(
33.3k
points)
0
votes
1
answer
115
views
অসমত বাঘৰ সংখ্যা ক্রমান্বয়ে কমি অহাৰ কাৰণ কি বুলি কোৱা হৈছে?
asked
May 20
in
General Knowledge
by
Kabita
(
6.6k
points)
0
votes
1
answer
87
views
প্রত্যাশিত বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগৰ মাজৰ পাৰ্থক্য?
asked
Sep 19, 2023
in
Economics
by
Kabita
(
6.6k
points)
0
votes
1
answer
150
views
অসমৰ আইন অমান্য আন্দোনলক মুখ্যত কিয় ছাত্র আন্দোলন বুলি ক'ব পাৰি ব্যাখ্যা কৰা।
asked
Jun 24
in
Social science
by
Kabita
(
6.6k
points)
Categories
All categories
Biology
(74)
Science
(189)
Maths
(107)
English
(91)
Grammar
(92)
Education
(15)
Computer Science
(18)
Others
(31)
Economics
(23)
Geography
(27)
Social science
(73)
Business Studies
(15)
General Knowledge
(42)
History
(10)
...