0 votes
63 views
in General Knowledge by (31.5k points)
মানুহৰ ছালৰ ৰং ক'লা, বগা হোৱাৰ কাৰণ কি?

1 Answer

0 votes
by (251k points)
 
Best answer
ছালৰ প্ৰথম স্তৰ অধিচৰ্মৰ তলতে থকা মেলপিজীয় স্তৰত মেলান'চাইট' নামৰ । কোষ থাকে। এই কোষবোৰে মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ প্রস্তুত কৰে। - মেলানিনে মানুহৰ ছালৰ ৰং বিভিন্ন কৰে। ছালৰ বগা, মুগা, মাণ্ডৰ আৰু ক'লা বৰণটো ক্রমান্বয়ে মেলানিনৰ পৰিমাণ বৃদ্ধি হৈ গৈ থকাৰ ফলত হয়।
...