0 votes
79 views
in Science by (33.3k points)
প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা ধাতুসমূহ কি কি?

1 Answer

0 votes
by (268k points)
 
Best answer
যিবোৰ ধাতুৱে কোনো অশুদ্ধিৰে সৈতে লগ নালাগি বিশুদ্ধ অৱস্থাত পোৱা যায় সেইবোৰ ধাতু হৈছে গ'ল্ড, ছিলভাৰ আৰু প্লেটিনাম।
...