0 votes
102 views
in Science by (31.5k points)
বিশুদ্ধ সোণ আ-অলংকাৰ প্ৰস্তুতিৰ বাবে কিয় উপযোগী নহয়?

1 Answer

0 votes
by (251k points)
 
Best answer
বিশুদ্ধ সোণ হৈছে অতি কোমল। গতিকে বিশুদ্ধ সোণেৰে যদি গহনা তৈয়াৰ কৰা যায়, তেন্তে এইবোৰে সঠিক আকৃতি বজাই নাথাকিব।
...