0 votes
103 views
in Economics by (6.6k points)
মুদ্ৰাৰ যিকোনো চাৰিটা অসুবিধা উল্লেখ কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
উত্তৰ: (i) মুদ্রাই মূল্যৰ স্থিৰতা হেৰুৱালে মুদ্রাস্ফীতি বা অৱস্ফীতিয়ে দেখা দিয়ে।

(ii) মুদ্রাই একচেটিয়া ব্যৱসায় বিস্তাৰত সহায় কৰে।

(iii) মুদ্ৰাই ক’ল৷ বজাৰৰ সৃষ্টি কৰে আৰু চৰকাৰে ৰাজহ হেৰুৱাবলগীয়াত পৰে।

(iv) মুদ্ৰাৰ প্ৰতি লালসাই নৈতিক বা সামাজিক মূল্যবোধ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে।
...