উত্তৰ: (i) মুদ্রাই মূল্যৰ স্থিৰতা হেৰুৱালে মুদ্রাস্ফীতি বা অৱস্ফীতিয়ে দেখা দিয়ে।
(ii) মুদ্রাই একচেটিয়া ব্যৱসায় বিস্তাৰত সহায় কৰে।
(iii) মুদ্ৰাই ক’ল৷ বজাৰৰ সৃষ্টি কৰে আৰু চৰকাৰে ৰাজহ হেৰুৱাবলগীয়াত পৰে।
(iv) মুদ্ৰাৰ প্ৰতি লালসাই নৈতিক বা সামাজিক মূল্যবোধ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে।