0 votes
80 views
in Biology by (31.5k points)
জীৱিত আৰু নিৰ্জীৰ পদার্থবিলাকৰ মাজৰ সাদৃশ্যসমূহ উল্লেখ কৰা।

1 Answer

0 votes
by (251k points)
 
Best answer
জীৱিত আৰু নিৰ্জিৱ পদার্থ দুয়োবিধ একে উপাদানেৰে গঠিত যেনে- C, H, O আৰু N, এইবোৰে বিভিন্ন অনু গঠন কৰে। তাৰোপৰি জীৱিত আৰু নিৰ্জীৱ পদাৰ্থবোৰত একে ধৰণৰ ভৌতিক, ৰাসায়নিক নিয়ম যেনে- গ্রেভিটেশ্বন, মেগনেটিজিম, ক্রিয়া, প্রতিক্রিয়া আদি দেখা যায়।
...