0 votes
58 views
in Science by (31.5k points)
দলমণ্ডলৰ কাম কি?

1 Answer

0 votes
by (251k points)
 
Best answer
দলমণ্ডল (Corolla) ৰ কাম: ইয়াৰ প্রধানতঃ কাম দুটা-

(ক) কলি অৱস্থাত ফুলৰ প্রজনন অঙ্গবোব ৰ'দ, বতাহ, বৰষুণ আৰু পোক-পৰুৱাৰপৰা নিৰাপদে ৰাখে।

(খ) ফুলপাহ মেল খোৱাব পিছত ৰঙীন পাহিবোৰে পোক-পৰুৱা আকর্ষণ কৰি পৰাগযোগ ঘটায়।
...