0 votes
81 views
in Science by (31.5k points)
পট'মিটাৰ কি?

1 Answer

0 votes
by (251k points)
 
Best answer
পাট'মিটাৰ এটা কাঁচেৰে বিশেষভাৱে নির্মিত যন্ত্র। সেউজীয়া পাতত সংগঠিত হোৱা প্রস্বেদনৰ মান উলিয়াবলৈ এই যন্ত্ৰ ব্যৱহাৰ কৰা হয়।
...