0 votes
80 views
in General Knowledge by (31.5k points)
মণিৰাম দেৱানে 'অসম কোম্পানী'ৰ নামত কি কি চাহ বাগিচা পাতিছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
গাভৰু পৰ্বতৰ ওপৰত চাহ বাগিচা পতাৰ উপৰি-'অসম কোম্পানী'ৰ নামত লিগিৰী পুখুৰী, চৰাইদেউ, চংটক, হাতীপটি, গেলেকী, দিখৌমুখ, চৰগুৱা আদিত চাহ বাগিচা পাতিছিল।
...