0 votes
82 views
in General Knowledge by (31.5k points)
হুছেইন শ্বাহে কি খিতাপ লৈ মোহৰ মাৰিছিল?

1 Answer

0 votes
by (251k points)
 
Best answer
খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষভাগত আলাউদ্দিন হুছেইন শ্বাহৰ ছল-চক্রান্তত কমতাধিপতি নীলাম্বৰ ৰাজ্যচ্যুত হয়। হুছেইন শ্বাহে কামৰূপ আৰু কমতা ৰাজ্যত নিজৰ প্রতিপত্তি বঢ়াই 'কমতা আৰু কামৰূপ দিগ্বিজয়ী চুলতান' খিতাপ লৈ মোহৰ মাৰিছিল।
...