0 votes
94 views
in General Knowledge by (33.3k points)
নাকত ল'বলগীয়া তিনিটা যতনৰ বিষয়ে লিখা।

1 Answer

0 votes
by (268k points)
 
Best answer
নাকৰ ল'বলগীয়া তিনিটা যতন -

(ক) সদায় নাক পৰিষ্কাৰ কৰি ৰাখিব লাগে।

(খ) পানীলগা বেমাৰ হ'লে বেছি জোৰেৰে শেঙুন উলিয়াবলৈ চেষ্টা কৰিব নালাগে। তাৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীত অকণমান নিমখ দি সেই পানী নাকেৰে উজাব লাগে বা গৰম পানীৰ ভাপ ল'ব লাগে।

(গ) শুকান বতৰত নাকৰ ভিতৰত ভেচলিন বা মিঠাতেল লগাব লাগে।
...