0 votes
61 views
in Science by (33.3k points)
বায়ুৰ নাইট্ৰ'জেন গেছ আমাৰ কি কামত লাগে?

1 Answer

0 votes
by (268k points)
 
Best answer
উদ্ভিদৰ বাবে নাইট্র'জেন অতি লাগতিয়াল মৌল। ৰাইয'বিয়াম নামৰ এবিধ অণুজীৱে মাহজাতীয় উদ্ভিদৰ শিপাত থাকি কিছুমান টেমুনাৰ সৃষ্টি কৰে। এই টেমুনাত নাইট্র'জেন জমা হৈ থাকে। তদুপৰি এমট'বেক্টাৰ আৰু ক্লষ্টিডিয়াম নামৰ আন দুবিধ অণুজীবে বায়ুৰপৰা নাইট্'জেন লৈ গছৰ যোগান ধৰে। ইয়াৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায়; অর্থাৎ বায়ুৰ নাইট্ৰ'জেন পৰোক্ষভাৱে আমাৰ প্ৰয়োজন পূৰণৰ কামত লাগে।
...