0 votes
58 views
in Science by (5.9k points)
অণুবোৰ কি? পদাৰ্থৰ অণুবোৰ চকুৰে মনিব পাৰিনে?

1 Answer

0 votes
by (251k points)
 
Best answer
যিবোৰ ক্ষুদ্র ক্ষুদ্র কণাৰে পদাৰ্থ বা বস্তু গঠিত সেইবোৰক অণু বোলে। পদাৰ্থৰ অণুবোৰ চকুৰে মনিব নোৱাৰি।
...