0 votes
58 views
in Science by (6.6k points)
মাটিৰ ওপৰৰ তৰপটো খেতিৰ বাবে উপযোগী কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
মাটিৰ ওপৰৰ তৰপটোত সকলোবোৰ খনিজ লবণ, নানা প্ৰকাৰ অণুজীৱ, কেঁচু আৰু হিউমাছ থাকে, সেইবাবে এই তৰপটো খেতিৰ বাবে উপযোগী।
...