0 votes
61 views
in Science by (33.3k points)
খোৱা পানীত কি কি থাকিব লাগে?

1 Answer

0 votes
by (268k points)
 
Best answer
খোৱা পানীত সামান্য পৰিমাণৰ খনিজ লবণ; যেনে- কেলছিয়াম, ছ'ডিয়াম আদিৰ লৱণ থাকিব লাগে।
...