0 votes
78 views
in Science by (33.3k points)
কুঁৱা, পুখুৰী, বিল, নদী, জান-জুৰি আদিৰ পানী সাধাৰণতে খোৱাৰ উপযোগী নহয় কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
কুঁৱা, পুখুৰী, বিল, নদী, জান-জুৰি আদিৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ দ্রব্য মিহলি হৈ থকাৰ বাহিৰেও বীজাণু থাকে। গতিকে এনে পানী খোৱাৰ উপযোগী নহয়।
...