0 votes
50 views
in Science by (31.5k points)
কুঁৱা, পুখুৰী, বিল, নদী, জান-জুৰি আদিৰ পানী সাধাৰণতে খোৱাৰ উপযোগী নহয় কিয়?

1 Answer

0 votes
by (251k points)
 
Best answer
কুঁৱা, পুখুৰী, বিল, নদী, জান-জুৰি আদিৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ দ্রব্য মিহলি হৈ থকাৰ বাহিৰেও বীজাণু থাকে। গতিকে এনে পানী খোৱাৰ উপযোগী নহয়।
...