0 votes
89 views
in Science by (33.3k points)
লবণ দ্রবীভূত হৈ থকা পানী কি কি ক্ষেত্রত সুবিধাজনক হয়?

1 Answer

0 votes
by (268k points)
 
Best answer
পানীত লবণ দ্রবীভূত হৈ থাকিলে বহুক্ষেত্রত সুবিধাজনক হয় যেনে-

(i) পানীত থকা ছ'ডিয়াম, পটাছিয়াম, কেলচিয়াম আদিৰ লৱণ আমাৰ শৰীৰৰ বাবে প্রয়োজনীয়।

(ii) পানীত খনিজ লবণ দ্রবীভূত হৈ থকাৰ বাবেই উদ্ভিদে মাটিৰপৰ পানীৰ লগতে খনিজ লবণো শুহি ল'ব পাৰে।

(iii) গন্ধযুক্ত পানীৰে গা-ধুলে ছালৰ ৰোগ ভাল হয়।

(iv) গছ-গছনিৰ বৃদ্ধিৰ ক্ষেত্রত কিছুমান বিশেষ লরণে সহায় কৰে।
...