0 votes
58 views
in Science by (33.3k points)
খোৱাৰ বাবে কেনেধৰণৰ পানী উপযোগী?

1 Answer

0 votes
by (268k points)
 
Best answer
সামান্য পৰিমাণৰ খনিজ লবণ; যেনে-কেলছিয়াম, ছ'ডিয়াম আদিৰ মিশ্ৰিত আৰু বীজাণুমুক্ত পৰিষ্কাৰ পানী খোৱাৰ বাবে উপযোগী।
...