0 votes
92 views
in Science by (31.5k points)
ভূ-পৃষ্ঠ আৰু মাটিৰ তলত জমা হোৱা পানীত কি কি বস্তু থাকিব পাৰে?

1 Answer

0 votes
by (251k points)
 
Best answer
ভূ-পৃষ্ঠৰ আৰু মাটিৰ তলৰ পানীত নানা প্ৰকাৰ খনিজ লবণ দ্রবীভূত হৈ থাকে। তদুপৰি বিভিন্ন প্ৰকাৰ অদ্ৰৱণীয় পদার্থ আৰু বীজাণুও থাকে।
...