0 votes
76 views
in Science by (31.5k points)
স্বাভাৱিক প্ৰক্ৰিয়াৰে উশাহ লোৱাত অসুবিধা হোৱা ৰোগীৰ ক্ষেত্ৰত কি কৰা হয়?

1 Answer

0 votes
by (251k points)
 
Best answer
স্বাভাৱিক প্ৰক্ৰিয়াৰে উশাহ লোৱাত অসুবিধা হোৱা ৰোগীক কৃত্রিম উপায়েৰে অক্সিজেন দিয়া হয়।
...