0 votes
72 views
in Science by (33.3k points)
থাইৰয়ড হৰম'নৰ অভাৱে প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত কি কি প্রভাব পেলায়?

1 Answer

0 votes
by (268k points)
 
Best answer
থাইৰয়ড হৰম'নৰ অভাৱত মানুহৰ সহজে ভাগৰ লাগে, অধিক টোপনি ধৰে, পেশীৰ অলসতা বাড়ে, হৃদস্পন্দন হ্রাস হয়, ছাল শুকান আৰু চকলাচকল হয়। তাৰোপৰি ইয়াৰ অভাৱত থাইৰয়ড গলগণ্ড হয় আৰু একেবাৰে নোহোৱা হ'লে মানুহজনৰ চকুৱে- মুখে গায়ে-গাৰিয়ে, হাতে-ভৰিয়ে সকলো উখহি পৰে।
...