0 votes
112 views
in Biology by (33.3k points)
"জীৱৰ উৎপত্তি সাগৰৰ পানীত হৈছিল"। দুটা কাৰণ দর্শাই তথ্যটিৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

1 Answer

0 votes
by (268k points)
 
Best answer
(i) সাগৰৰ পানীত থকা অজৈৱ লবণ প্রট'প্লাজমৰ মূল উপাদান। যিহেতু জীৱ সাগৰত আৱিৰ্ভাৱ হোৱা বুলি কোৱা হয়।

(ii) সাগৰ বা পৃথিৱীৰ পানীভাগ হ'ল সবলতম আদ্য প্ৰাণীৰ বাসস্থান।
...