0 votes
89 views
in Biology by (31.5k points)
আনুবংশিক অভিযান্ত্রিক কৌশল ঔদ্যোগিক উৎপাদন আৰু পৰিবেশ সুৰক্ষাত কেনেধৰণে ব্যৱহাৰ হ'ব পাৰে।

1 Answer

0 votes
by (251k points)
 
Best answer
আনুবংশিক অভিযান্ত্রিক কৌশল প্রয়োগ কৰি উন্নত জাত বেক্টেৰীয়া, ভেকুৰ ইত্যাদিৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ এলক'হল, এচিড, ভিটামিন, প্ৰ'টিন ইত্যাদিৰ উৎপাদন বঢ়োৱা হয়।

আকৌ কিছুমান নতুন জাতৰ অণুজীৱ উদ্ভৱ কৰি তেল, হাইড্ৰ'কার্বন ইত্যাদিৰ ক্ষিপ্র বিয়োজন ঘটাই পৰিবেশ সুৰক্ষাত সহায় কৰা হয়।
...