0 votes
75 views
in Science by (33.3k points)
চলন্ত গাড়ীৰ গতিৰ বিপৰীত দিশত নমাৰ চেষ্টা কৰাটো বিপদজনক কিয়?

1 Answer

0 votes
by (268k points)
 
Best answer
চলন্ত গাড়ীখনৰ ভিতৰত থকা অৱস্থাত যাত্রী এজনৰ শৰীৰত গতিজড়তাই ক্রিয় কৰে। অর্থাৎ গাড়ীখন ৰৈ গ'লেও যাত্রীজনৰ শৰীৰটোৱে এই গতিজড়তাৰ বাবে গাড়ীৰ গতিৰ দিশত আগুৱাই যায়। এনে ক্ষেত্রত যদি যাত্রীজনে গাড়ীৰ গতির বিপৰীত দিশত নামিবৰ চেষ্টা কৰি থিয় হ'ব খোজে, যাত্রীজনৰ শৰীৰত ক্রিয়া করি থাকে। এই গতিজড়তাই তাক গাড়ীব দিশত আগুৱাই নিব। ফলত যাত্রীজন পরি আগলৈ চুচুৰি যাব আৰু আঘাতপ্রাপ্ত হ'ব।
...